11/11/2025
অহা বছৰ পঞ্চগ্ৰাম ৰাস মহোৎসৱত
ৰাজমুকুট থিয়েটাৰৰ বিশেষ আয়োজন
পঞ্চগ্ৰাম ৰাস মহোৎসৱ
Panchagram Ras Mahotsav #পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ বিষয়ে চুমু বিবৰণী
পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ উৎপত্তি ১৯৩৭ চনত সৰূক্ষেত্ৰী হাইস্কুলৰ ওচৰত হৈছিল। এই ৰাস মহোৎসৱ পাচ খন গাঁও লগ হৈ উদযাপন কৰে। সেই গাঁও কেইখন নাম হৈছে লছিমা, বেঙাপাৰা, বনিয়াকুছি, হালধিবাৰী, কামাৰপাৰা। পাচখন গাঁওই লগ হৈ উদযাপন কৰা কাৰনে ইয়াক পঞ্চগ্ৰাম বুলি কোৱা হয়।
11/11/2025
অহা বছৰ পঞ্চগ্ৰাম ৰাস মহোৎসৱত
ৰাজমুকুট থিয়েটাৰৰ বিশেষ আয়োজন
10/11/2025
Zubeen dar সমাধি স্থল বনিয়াকুচি ৰাসত ।
পঞ্চগ্ৰাম ৰাস মহোৎসৱ, বনিয়াকুছিত আজি নিশা নাট প্ৰদৰ্শন কৰিব
পাঞ্চজন্য নাট্য সমাজ, পঞ্চগ্ৰামে Bipul Kumar Das Himangshu Barman Bhudev Barman
"মাজ নিশাৰ ধুমুহা" ।
#পঞ্চগ্ৰাম_ৰাস_মহোৎসৱ_বনিয়াকুছিত
30/10/2025