Dainik Amar Khobar

Dainik Amar Khobar

Share

নিৰপেক্ষ নিৰ্ভীক সাংবাদিকৰ সৈতে,সত্য আৰু ন্যায়ৰ পক্ষত সত্যৰ সন্দানত
Dainik Amar Khobar

23/05/2026

দিল্লীত ঈদ-উজ-জোহাৰ বন্ধৰ দিন সলনি |

23/05/2026

যোৰহাটত লোকসভাৰ সাংসদ গৌৰৱ গগৈ :::

#দলীয় নেতা কৰ্মীৰ লগত যোৰহাট জিলা কংগ্ৰেছ ভৱনত আলোচনাত মিলিত হয়
#যোৰহাটৰ বিভিন্ন সমস্যা যেনে স্মাৰ্ট মিটাৰ, পৌৰসভাৰ কৰ সংগ্ৰহ আদি বিষয়ত আলোচনা কৰিব বুলি জনায় লোকসভাৰ সাংসদ জনে

22/05/2026

এটা একাউণ্ট ব্লক হোৱাৰ কিছু ঘণ্টা পাছতে X ত পুনৰ নতুন একাউন্ট সৃষ্টি কৰিলে কোকৰোচ্ছ জনতা পার্টীয়ে।

22/05/2026

কোকৰাঝাৰ to সৰলপাৰা উল্টাপানি যোৱা ৰাস্তাত হাতীয়ে আক্ৰমণ কৰা বুলি দাবী কৰা হৈছে। ভিডিঅ ফেচবুকৰ পৰা সংগ্ৰহঃ

22/05/2026

21/05/2026

আজি নিশা ৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং

নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব যাতায়াত

20/05/2026

কোকৰাঝাৰৰ পৰ্বতঝোৰাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
পৰ্বতঝোৰাৰ DFO অবিনাশ বসুমতাৰীক আটক।
উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে DFO গৰাকী।
ঠিকাদাৰৰ বিল মুকলি কৰি দিয়াৰ নামত লৈছিল ঘোচ।
DFO গৰাকীৰ বাসগৃহত অব্যাহত CMVৰ অভিযান।

19/05/2026

এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ দাম।

18/05/2026

পোন প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব।

18/05/2026

*গায়কৰ ৰূপত ভৱেশ কলিতা । গালে জুবিন গাৰ্গৰ 'মন মোৰ ৰচনা' শীৰ্ষক গীতটো।*

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address

Chirang
Guwahati
GUWAHATIASSAM