News27 Digital
Writing
NEWS27 DIGITAL
Trusted Digital News from Assam
Fast • Reliable • Ground Reports
Stay Updated with Truth
23/06/2026
🛑 স্ম*শা* নৰ পৰা পবিত্ৰ মন্দিৰলৈ জুবিনক্ষেত্র।
23/06/2026
🛑 গুৱাহাটী ভ্রমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ
🛑 নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মিলিত হ'ব বৈঠকত
🛑 ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ এই বাতৰি
23/06/2026
🛑 অৱশেষত অপেক্ষাৰ অন্ত পৰিল।
ৰূপাকুছি- গাগলমাৰীৰ জনতাৰ মুখত হাঁহি বিৰিঙিল।
বিধায়ক শ্বেৰমান আলী আহমেদে চাউলখোৱা নদীৰ মাজত দলং নিৰ্মাণৰ বাবে পৰিস্থিতিৰ বুজ ল'বলৈ বিভাগীয় কৰ্তৃপক্ষক পঠোৱাৰ পিছতেই আনন্দত আত্মহাৰা জনীয়াৰ ৰূপাকুছি- গাগলমাৰীৰ জনতা।
এই কাৰ্যৰ বাবে বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে তেখেতসকলে
Click here to claim your Sponsored Listing.
Location
Contact the school
Telephone
Address
Barpeta
781314