Jnyanpeeth High school

Jnyanpeeth High school

Share

jnyanpeeth High school

Photos from Jnyanpeeth High school's post 05/06/2026

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ।।।

Photos from Jnyanpeeth High school's post 16/05/2026

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ- ছাত্ৰী ও শিক্ষক সকলৰ পৰা সম্বৰ্দ্ধনা জনোৱা হ'ল।। সকলো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত উত্তৰণ আৰু প্ৰগতিৰ কামনা কৰিলোঁ।।

10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।।।২০২৬
মুঠ পৰীক্ষাৰ্থী --৬২

প্ৰথম বিভাগ-- ১১
দ্বিতীয় বিভাগ --১৯
তৃতীয় বিভাগ -- ০2

মুঠ উত্তীৰ্ণ ---- ৩২

Photos from Jnyanpeeth High school's post 23/01/2026

2026 বৰ্ষৰ সৰস্বতী পূজাৰ কিছু দৃশ্য।। আমাৰ বৰ্তমান অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মাজত।।।

31/12/2025

দশম শ্ৰেণীৰ বিদায়ী সভা।।

31/12/2025

Shout out to my newest followers! Excited to have you onboard! Kumar Basnet, Surjay Ghimire, Hemlata Devi

Photos from Jnyanpeeth High school's post 31/12/2025

ছাত্ৰ ছাত্ৰী ৰ প্ৰাত প্ৰাৰ্থনা।।।

Photos from Jnyanpeeth High school's post 14/12/2025

জ্ঞানপীঠ হাইস্কুলৰ পৰা নগাঁও চাপানলা লৈ শিক্ষা মূলক ভ্ৰমণ আৰু বনভোজ।।

Photos from Jnyanpeeth High school's post 14/11/2025

আজি অনুষ্ঠিত শিশু দিৱসৰ কাৰ্যসূচী।।

Photos from Jnyanpeeth High school's post 05/09/2025

শিক্ষক দিৱস ৰ কাৰ্যসূচী

Want your school to be the top-listed School/college in Dhekiajuli?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Bhangamandir
Dhekiajuli
784112