JK URANG ASSAM

JK URANG ASSAM

Share

18/06/2026

#আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা,চাহ বাগিচা ও গ্ৰাম্য অঞ্চলত বসবাস কৰা সমূহ আদিবাসীলোকক মাটিপট্টা প্ৰদান কৰা আৰু ATC এণ্ড্ৰিউইল চাহ বাগিচাসমূহ পুনৰ জীৱিত কৰা ইত্যাদিৰ দাবীত আছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দ্দেশমৰ্মে আজি ইং ১৭ জুন, ২০২৬ তাৰিখে আছা ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড় জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

18/06/2026

কাজিৰংঙা

17/06/2026

#উৰীয়ামঘাটত উত্তেজনা । CRPF বাহিনীয়ে নামঘৰলৈ যোৱা বালি কঢ়িওৱা বাহন আবদ্ধ কৰক লৈ তীব্ৰ প্ৰতিবাদ ।।
অসম দৰ্শন আচনিৰ অধিনত নামঘৰ নিৰ্মাণ কৰিবলৈ নিয়া সামগ্ৰী নিয়াত বাধা চি আৰ পি এফৰ।

17/06/2026

আজি সংকাৰৰ পৰা বিদায় ললে ।

16/06/2026

#এগৰাকী মহিলাক উলংগ কৰি অপমান কৰা কেতিয়াও গ্ৰহণযোগ্য নহয়।

এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা লয়, সেয়াহে সমগ্ৰ ৰাজ্যবাসীয়ে লক্ষ্য কৰি আছে।

16/06/2026

সৰুপথাৰ ৰে'ল গেটৰ ওচৰত ভয়ংক্ৰ পথ দুৰ্ঘটনা।

14/06/2026
13/06/2026

#অসম নাগালেণ্ড সীমান্তৰ বিষয়ে কি মন্তব্য কৰিলে ।

13/06/2026

#সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ মন্তব্য

13/06/2026

#সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মন্তব্য।

Want your school to be the top-listed School/college in Golaghat?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Golaghat