03/06/2026
নকছাৰিৰ দিছৈ ভেলী একাডেমীত অনুষ্ঠিত হোৱা পাঁচ দিনিয়া কৰ্মশালাটোৰ আজি অন্ত পৰে৷ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত আমাৰ কৰ্মশালা খনি খুব সুচাৰুৰূপে সামৰণি পৰে৷ কৰ্মশালাৰ শেষত আমি কৰ্মশালাত যোগদান কৰা সকলো ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ৷
27/05/2026
25/05/2026
24/05/2026