31/01/2026
Baligaon J B Aryya Vidyalaya Jorhat
It's a secondary school ( class VI-X ) (Boys school)
31/01/2026
17/01/2026
27/11/2025
School campus of BJBAV ❤️
27/11/2025
শিক্ষা-সাংস্কৃতিৰে চহকী বৰ অসমৰ এখন অন্যতম বৃহৎ জিলা যোৰহাটত ১৯২৬ চনতে বহুতো বৰন্য ব্যক্তিৰ অহোপুৰুষাৰ্থ কষ্ট-ত্যাগৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত বালিগাঁও জগন্নাথ বৰুৱা আৰ্য্য বিদ্যালয়খনি সময়ৰ গতিত আহি-আহি আজি শতবৰ্ষৰ দুৱাৰ দলিৰ সন্ধিক্ষনত উপস্থিত হৈছেহি...আপোনাৰ তথা আমাৰ মৰমৰ,আদৰৰ বিদ্যালয় খনিৰ এই শুভক্ষন তথা সময়খিনিত বিদ্যালয়খনৰ গত সময়ৰ সোনসেৰীয়া স্মৃতিৰ পাট লুটিয়াবলৈ তথা অনাগত সময়ৰ বাবে ভিন্ন দিশৰ ঐতিহ্য বহন কৰিবৰ আমি সকলোৱে কেনেদৰে আগবাঢ়িব পাৰিম তাৰে কিছু কথা আলোকপাত কৰিবৰ বাবে বিদ্যালয় খনিৰ এই উল্লেখযোগ্য বৰ্ষটো আমি উদযাপনৰ বাবে হেঁপাহেৰে আগবাঢ়িছো,তাৰবাবে প্ৰথম কাৰ্যসূচীটো হাতত লোৱা হৈছে অহা ৩০নৱেম্বৰ তাৰিখ,দেওবাৰে। প্ৰথম দিনটোৰ পৰাই সকলোৰে সহায়-সহযোগ নিত্যান্তই প্ৰয়োজনীয়,সেয়ে উক্ত দিনটোৰ বাবে আপোনালোক সকলোকে এনেদৰেই আমন্ত্ৰণ জনালো।আপোনাসবৰ উপস্থিতিয়ে আমাৰ সকলোকে সাহস দিব।
আহিব সকলো 🙏🙏
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Rajotiya Gaon, Baligaon
Jorhat