24/05/2026
তেজপুৰ (শিক্ষামূলক ভ্ৰমণ)
সপ্তম - অষ্টম শ্ৰেণী : ২৪ নৱেম্বৰ,২০২৪
চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰ
24/05/2026
তেজপুৰ (শিক্ষামূলক ভ্ৰমণ)
সপ্তম - অষ্টম শ্ৰেণী : ২৪ নৱেম্বৰ,২০২৪
24/05/2026
বাৰ্ষিক ক্ৰীড়া সপ্তাহ সামৰণি অনুষ্ঠান (২০২৪-২০২৫)
24/05/2026
বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৪-২০২৫
18/05/2026
বিমলা হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে ড° পল্লৱী শইকীয়া বাইদেউৱে আমাৰ বিদ্যালয়লৈ আগবঢ়োৱা গ্ৰন্থৰ টোপোলা (২০১৩)
19/04/2026
বিবেকানন্দ কেন্দ্ৰ যোৰহাট শাখাৰ সৌজন্যত আৰু চিত্রলেখা শিক্ষা মন্দিৰৰ উদ্যোগত "শিশুৰ মানসিক, বৌদ্ধিক বিকাশ কর্মশালা"(বিনামূলীয়া)
তাং : ৬ আৰু ৭ এপ্ৰিল,২০২৬
15/04/2026
HSLC Result (Batch 2025-26)
12/04/2026
পদূলিত ব'হাগ...
সৌৱা ব'হাগ ,
ফুলিবলৈ ধৰা কপৌ পাহত
গছৰ ডালত কুলি-কেতেকীৰ মাতত
ঢোলৰ চেঁওত
ঢেঁকীৰ ঢেংকুলুচ শব্দত
জেতুকাৰ ৰঙত
তগৰৰ সুবাসত
বিৰিখৰ কুঁহি পাতত
সৌৱা ব'হাগ
নঙলা মুখত...🩷
09/03/2026
শিক্ষামূলক ভ্ৰমণ (বটদ্ৰৱা লৈ) অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ