LCB College-Official

LCB College-Official

Share

LCB College, Maligaon, Guwahati-11 Official Page run by College Social Media Cell

30/05/2026

যোৱা 26/05/2026 তাৰিখে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাষিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এটি অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

এই অনুষ্ঠানত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত পৰিকল্পনা বাস্তবায়িত কৰিবলৈ বিভিন্ন পৰামৰ্শ প্ৰদান কৰা হয়।

অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড. অমৰেন্দ্ৰ কলিতাই "What Next After Six Semester? Don't Stop Study" শীৰ্ষক বক্তৃতা প্ৰদান কৰে। লগতে ছাত্ৰছাত্ৰীসকলক আমাৰ মহাবিদ্যালয়ৰ পৰা বিনামূলীয়াকৈ অসমীয়া আৰু ইংৰাজী ভাষাত DTP শিক্ষা আৰু অৰ্ধ মাচুলত PGDCA পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা প্ৰদানৰ বিষয়ে অবগত কৰে।
অনুষ্ঠানত শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।
💥💥💥💥💥💥💥💥💥💥💥💥💥

Want your school to be the top-listed School/college in Kamakhya?

Click here to claim your Sponsored Listing.

Location

Address


LCB College, Nilachalpur, Maligaon, Ghuwahati/11
Kamakhya
781011