Bodhir.Vidya.Mandir

Bodhir.Vidya.Mandir

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bodhir.Vidya.Mandir, Education, Nagaon.

Photos from Bodhir.Vidya.Mandir's post 14/02/2022

পাৰহৈ যোৱা এটি অনুষ্ঠানৰ সংগ্ৰহ কৰা থোৱা কিছু ফটো

Photos from Bodhir.Vidya.Mandir's post 30/07/2020

লক ডাউনৰ বাধ্য বাধকতাৰ মাজতে আজি বধিৰ বিদ্যা মন্দিৰৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে শুভাৰম্ভ কৰা হ‘ল ৷

11/04/2020

বধিৰ সকলৰ মাজত প্ৰতিভাৰ সন্ধানত—“ৰাজ্যিক ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন ৷
উদ্যোগত: বধিৰ বিদ্যা মন্দিৰ,পুৰণিগুদাম, নগাঁও,অসম ৷
ব্যৱস্থাপনাত: ৰঙিলী শিল্পালয়,চিত্ৰাংকণ বিদ্যালয় ,শিঙীয়া আৰু চিত্ৰলেখা চিত্ৰাংকণ বিদ্যালয়,চাপানলা ৷
সহযোগত: জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসাম (জুৱা) ৷

19/03/2020
18/03/2020

চাপানলাত ক্ষেত্ৰ অধ্যয়ন আৰু ক‘ৰোনা ভাইৰাছৰ ওপৰত সজাগতা সভা **********

ক‘ৰোনা ভাইৰাছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে চাপানলাত আজি বধিৰ বিদ্যা মন্দিৰ,পুৰণিগুদামৰ উদ্যোগত আৰু চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়,চাপানলাৰ সহযোগত ক্ষেত্ৰ অধ্যয়ন আৰু ক‘ৰোনা ভাইৰাছৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিতহৈ যায় ৷ ক‘ৰোনা ভাইৰাছত বিশ্বজুৰি প্ৰায় প্ৰতিদিনে অসংখ্য লোক আক্ৰান্ত হোৱাৰ সমান্তৰাল ভাৱে ৭৫০০জনকৈ লোক মৃত্যু হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজি বধিৰ বিদ্যা মন্দিৰৰ কাণেৰে নুশুনাৰ বাবে মুখেৰে কথা ক‘ব নোৱাৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক সজাগ আৰু সাৱধানতা অৱলম্বন কৰোৱাৰ উদ্দেশ্যে উক্ত অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ নগাঁও জিলাৰ অধ্যক্ষ, সাংবাদিক নীলৰঞ্জন শৰ্মাই আঁট ধৰা সজাগতা সভাখনত চামগুৰি ডায়েটৰ কৰ্মচাৰী দেৱকান্ত বনিয়া,চৰকাৰী গাঁওবুঢ়া প্ৰদীপ বৰা, শিঙিয়াস্থিত ৰঙিলী শিল্পালয় আৰু "চিত্ৰাংকন বিদ্যালয়ৰ সম্পাদক, ভাস্কৰ্য্যশিল্পী বিপুল বৰা, সমাজকৰ্মী জয়ন্ত ভূঞা, চিত্ৰশিল্পী প্ৰাণজিৎ চাংমাই , জুতিকা ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও লোক উপস্থিত থাকে ৷

Photos from Bodhir.Vidya.Mandir's post 16/02/2020

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আৰু “ৰঙিলী শিল্পালয়" চামগুৰিৰ শিঙিয়াৰ ব্যৱস্থাপনাত আজি বটদ্ৰৱাত অনুষ্ঠিত হোৱা "শিশুৰে ওমলা দিন"ত বধিৰ বিদ্যা মন্দিৰ আৰু ৰঙিলী শিল্পালয়ৰ অনুষ্ঠান

Photos from Bodhir.Vidya.Mandir's post 14/11/2019

চামগুৰিৰ শিঙিয়া ভকতগাঁৱত আজি শিশু দিৱস উপলক্ষে অনুষ্ঠিত হোৱা “ কুমলীয়া শিশুৰ ধেমেলীয়া মন" শীৰ্ষক অনুষ্ঠানত বধিৰ বিদ্যা মন্দিৰ,পুৰণিগুদামে ৰূপায়ন কৰা কাৰ্য্যসূচীৰ কেইটামান বিশেষ মূহুৰ্ত

Photos from Bodhir.Vidya.Mandir's post 10/11/2019

আসাম ট্ৰিবিউন ক্লাৱে সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা দেৱৰ সোঁৱৰণিত অনুষ্ঠিত কৰা “সদৌ অসম চিত্ৰাংকন প্ৰতিযোগিতাতত অংশগ্ৰহণ কৰা বধিৰ বিদ্যা মন্দিৰৰ একাংশ ছাত্ৰ-ছাত্ৰী

Want your school to be the top-listed School/college in Nagaon?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Nagaon
782141